1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169
|
<?xml version="1.0" ?>
<!DOCTYPE translationbundle>
<translationbundle lang="as">
<translation id="1055273091707420432">Chromiumএ লগতে ৪ সপ্তাহতকৈ পুৰণি হোৱা বিজ্ঞাপনৰ বিষয়বস্তু স্বয়ংক্ৰিয়ভাৱে মচে</translation>
<translation id="1145223915439299117">Chromeএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু এটা এক্সটেনশ্বনে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে।</translation>
<translation id="1184166532603925201">আপুনি ইনক’গনিট’ ম’ডত থাকিলে, Chromeএ ছাইটসমূহে তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰাটো অৱৰোধ কৰে</translation>
<translation id="1205053266843535401">ডিভাইচ আৰু ব্ৰাউজাৰৰ ডেটালৈ এক্সেছ সীমিত কৰক</translation>
<translation id="1281098210028343866">আপুনি ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা কিয় পজ কৰিছে সেয়া জনাই আমাক Chromium উন্নত কৰাত সহায় কৰক</translation>
<translation id="1297285729613779935">ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপনসমূহে ছাইটসমূহক আপোনাক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ দিয়াৰ সময়ত আপোনাৰ ব্ৰাউজিঙৰ ইতিহাস আৰু পৰিচয় সুৰক্ষিত কৰাত সহায় কৰে। আপোনাৰ কাৰ্যকলাপ, যেনে আপুনি চোৱা ছাইটসমূহত কেনেকৈ সময় কটায়, ব্যৱহাৰ কৰি আপুনি ব্ৰাউজ কৰি থাকোঁতে অন্য ছাইটসমূহে প্ৰাসংগিক বিজ্ঞাপনৰ পৰামৰ্শ দিব পাৰে। আপুনি এই ছাইটসমূহৰ সূচী চাব পাৰে আৰু আপুনি নিবিচৰাসমূহ ছেটিঙত অৱৰোধ কৰিব পাৰে।</translation>
<translation id="132963621759063786">Chromiumএ ৩০ দিনৰ পাছত আপুনি ছাইটসমূহৰ সৈতে শ্বেয়াৰ কৰা যিকোনো কাৰ্যকলাপৰ ডেটা মচি পেলায়। আপুনি কোনো ছাইট পুনৰ চালে সেয়া সূচীখনত পুনৰ ওলাব পাৰে। <ph name="BEGIN_LINK1" />Chromiumত আপোনাৰ বিজ্ঞাপনৰ গোপনীয়তা পৰিচালনা কৰা<ph name="LINK_END1" />ৰ বিষয়ে অধিক জানক।</translation>
<translation id="1432306053064625042">নিয়মীয়া Chromeৰ ৱিণ্ডত খোলে</translation>
<translation id="1472807065399636739">আপুনি চোৱা ছাইটসমূহত অন্য ছাইটৰ পৰা এম্বেড কৰা সমল আৰু সেৱা (যেনে, প্ৰতিচ্ছবি, বিজ্ঞাপন আৰু পাঠ) থাকিব পাৰে, যিসমূহ আপোনাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰিব পৰা যায়। <ph name="BEGIN_LINK" />ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষা<ph name="END_LINK" /> পৰিচালনা কৰাৰ বিষয়ে অধিক জানক</translation>
<translation id="1472928714075596993"><ph name="BEGIN_BOLD" />কি ডেটা ব্যৱহাৰ কৰা হয়?<ph name="END_BOLD" /> আপোনাৰ বিজ্ঞাপনৰ বিষয়বস্তু আপোনাৰ শেহতীয়া ব্ৰাউজিঙৰ ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰে, যি হৈছে আপুনি এই ডিভাইচটোত Chrome ব্যৱহাৰ কৰি চোৱা ছাইটসমূহৰ সূচী।</translation>
<translation id="1529201733207295376">তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰা হৈছে। ইনক’গনিট’ই এনে সুবিধাসমূহো প্ৰদান কৰে যি সেই কোম্পানীসমূহৰ বাবে উপলব্ধ তথ্য সীমিত কৰিব পাৰে যাৰ সমল আপুনি চোৱা ছাইটত এম্বেড কৰা আছে। আপুনি <ph name="START_LINK" />ছেটিঙ<ph name="END_LINK" />ত ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহ পৰিচালনা কৰিব পাৰে।</translation>
<translation id="1559726735555610004">Googleৰ বাবে কোম্পানীসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো প্ৰয়োজনীয়। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে আপোনাৰ বিষয়ে আগৰে পৰা জনা অন্য তথ্যৰ সৈতে এই তথ্যখিনি একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। আমাৰ <ph name="BEGIN_LINK" />গোপনীয়তাৰ নীতি<ph name="END_LINK" />ত Googleএ আপোনাৰ ডেটা কেনেকৈ সুৰক্ষিত কৰে সেই বিষয়ে অধিক জানক।</translation>
<translation id="1569440020357229235">আপুনি ইনক’গনিট’ ম’ডত থাকিলে, ছাইটসমূহে তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰিব নোৱাৰে। যদি এই কুকিসমূহৰ ওপৰত নিৰ্ভৰশীল কোনো ছাইটে কাম নকৰে, তেন্তে আপুনি <ph name="BEGIN_LINK" />সেই ছাইটটোক সাময়িকভাৱে তৃতীয় পক্ষৰ কুকিৰ এক্সেছ প্ৰদান কৰি চাব পাৰে<ph name="END_LINK" />।</translation>
<translation id="1617293350324746198">তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰা হৈছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে।</translation>
<translation id="1685116584758270048">আটাইবোৰ ইনক’গনিট’ টেব বন্ধ নোহোৱালৈকে সুৰক্ষাসমূহ পজ কৰা হয়। <ph name="BEGIN_LINK" />মতামত পঠিয়াওক<ph name="END_LINK" /></translation>
<translation id="1716616582630291702"><ph name="BEGIN_BOLD" />ছাইটসমূহে কিদৰে এই ডেটা ব্যৱহাৰ কৰে?<ph name="END_BOLD" /> আপুনি ব্ৰাউজ কৰি থাকোঁতে Chromeএ আগ্ৰহ থকা বিষয়বস্তুসমূহৰ হিচাপ ৰাখে। বিষয়বস্তুৰ লেবেলসমূহ পূৰ্বনিৰ্ধাৰিত আৰু ইয়াত কলা আৰু মনোৰঞ্জন, শ্বপিং আৰু ক্ৰীড়াৰ দৰে বস্তু অন্তৰ্ভুক্ত কৰা হয়। পাছত, আপুনি চোৱা কোনো ছাইটে আপুনি দেখা বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ Chromeক আপোনাৰ কেইটামান বিষয়বস্তুৰ বিষয়ে সুধিব পাৰে।</translation>
<translation id="172522356264798673">ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা পুনৰ আৰম্ভ কৰক</translation>
<translation id="1732764153129912782">আপুনি বিজ্ঞাপনৰ গোপনীয়তাৰ ছেটিঙত সালসলনি কৰিব পাৰে</translation>
<translation id="1780659583673667574">উদাহৰণস্বৰূপে, যদি আপুনি নিশাৰ আহাৰৰ বাবে পাকবিধি বিচাৰিবলৈ কোনো ছাইট চায়, ছাইটটোৱে ৰন্ধনৰ প্ৰতি আপোনাৰ আগ্ৰহ আছে বুলি সিদ্ধান্ত ল’ব পাৰে। পাছত, আন এটা ছাইটে আপোনাক প্ৰথম ছাইটোৱে পৰামৰ্শ দিয়া গেলামাল সামগ্ৰীৰ ডেলিভাৰী সেৱাৰ সৈতে জড়িত কোনো বিজ্ঞাপন দেখুৱাব পাৰে।</translation>
<translation id="1887631853265748225">বিজ্ঞাপনৰ গোপনীয়তা সম্পৰ্কীয় সুবিধাসমূহে ৱেবছাইট আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰক আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱালে সেইসমূহে আপোনাৰ বিষয়ে কি জানিব পাৰে সেয়া সীমিত কৰাত সহায় কৰে।</translation>
<translation id="1954777269544683286">Googleৰ বাবে কোম্পানীসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো প্ৰয়োজনীয়। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। <ph name="BEGIN_LINK" />আমাৰ গোপনীয়তাৰ নীতিত অধিক জানক<ph name="END_LINK" />।</translation>
<translation id="2004697686368036666">কিছুমান ছাইটত সুবিধাসমূহে কাম নকৰিবও পাৰে</translation>
<translation id="2089807121381188462"><ph name="BEGIN_BOLD" />আপুনি এই ডেটাখিনি কেনেকৈ পৰিচালনা কৰিব পাৰে?<ph name="END_BOLD" /> Chromeএ ৩০ দিনতকৈ পুৰণি ছাইটসমূহ স্বয়ংক্ৰিয়ভাৱে মচে। আপুনি পুনৰ চোৱা কোনো ছাইট সূচীখনত পুনৰ প্ৰদৰ্শিত হ’ব পাৰে। আপুনি কোনো ছাইটকো আপোনাক বিজ্ঞাপনৰ পৰামৰ্শ দিয়াৰ পৰা অৱৰোধ কৰিব পাৰে আৰু Chromeৰ ছেটিঙত যিকোনো সময়তে ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপনসমূহ অফ কৰিব পাৰে।</translation>
<translation id="2090761099683423637">আটাইবোৰ ইনক’গনিট’ ৱিণ্ড’ বন্ধ নোহোৱালৈকে সুৰক্ষাসমূহ পজ কৰা হয়।</translation>
<translation id="2194856509914051091">বিবেচনা কৰিব লগা বিষয়</translation>
<translation id="2213012319160025454">ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহ পৰিচালনা কৰক</translation>
<translation id="2235344399760031203">তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰা হৈছে</translation>
<translation id="235789365079050412">Googleৰ গোপনীয়তাৰ নীতি</translation>
<translation id="235832722106476745">Chromeএ লগতে ৪ সপ্তাহতকৈ পুৰণি হোৱা বিজ্ঞাপনৰ বিষয়বস্তু স্বয়ংক্ৰিয়ভাৱে মচে</translation>
<translation id="2496115946829713659">ছাইটসমূহে সমল আৰু বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ আৰু আপুনি অন্য ছাইটসমূহত কৰা কাৰ্যসমূহৰ বিষয়ে জানিবলৈ তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="2506926923133667307">আপোনাৰ বিজ্ঞাপনৰ গোপনীয়তা পৰিচালনা কৰাৰ বিষয়ে অধিক জানক</translation>
<translation id="2578376035831129583">এম্বেড কৰা ছাইটসমূহত প্ৰযোজ্য হয়, আপুনি পোনপটীয়াকৈ চোৱা ছাইটটোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়</translation>
<translation id="259163387153470272">ৱেবছাইট আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰে আপোনাৰ কাৰ্যকলাপ, যেনে আপুনি চোৱা ছাইটসমূহত কেনেকৈ সময় কটায়, আপোনাৰ বাবে বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="2648072482252767506">Chromiumএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপুনি এই ছাইটটোৰ বাবে এটা ব্যতিক্ৰম কৰিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে।</translation>
<translation id="2669351694216016687">Googleৰ বাবে কোম্পানীসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো প্ৰয়োজনীয়। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে আপোনাৰ বিষয়ে আগৰে পৰা জনা অন্য তথ্যৰ সৈতে এই তথ্যখিনি একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। <ph name="BEGIN_LINK1" />আমাৰ গোপনীয়তাৰ নীতিত অধিক জানক<ph name="LINK_END1" /></translation>
<translation id="2672038477572666782">আপুনি ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা কিয় পজ কৰিছে সেয়া জনাই আমাক Chrome উন্নত কৰাত সহায় কৰক</translation>
<translation id="2818622030603911133">এই ছাইটটোত ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা পজ কৰা হৈছে</translation>
<translation id="2842751064192268730">বিজ্ঞাপনৰ বিষয়বস্তুৱে আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱাবলৈ ছাইট আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰে আপোনাৰ বিষয়ে কি জানিব পাৰে সেয়া সীমিত কৰে। আপোনাৰ শেহতীয়া ব্ৰাউজিঙৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি Chromeএ আগ্ৰহ থকা বিষয়বস্তুৰ হিচাপ ৰাখিব পাৰে। পাছত, আপুনি চোৱা কোনো ছাইটে আপুনি দেখা বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ Chromeক প্ৰাসংগিক বিষয়সমূহৰ বিষয়ে সুধিব পাৰে।</translation>
<translation id="2937236926373704734">আপুনি নিবিচৰা ছাইটসমূহ অৱৰোধ কৰিব পাৰে। Chromiumএ লগতে ৩০ দিনতকৈ পুৰণি ছাইটসমূহ সূচীখনৰ পৰা স্বয়ংক্ৰিয়ভাৱে মচে।</translation>
<translation id="2979365474350987274">তৃতীয় পক্ষৰ কুকি সীমিত কৰা হৈছে</translation>
<translation id="3045333309254072201">আপুনি ইনক’গনিট’ ম’ডত থাকিলে, ছাইটসমূহে তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰিব নোৱাৰে। যদি এই কুকিসমূহৰ ওপৰত নিৰ্ভৰশীল কোনো ছাইটে কাম নকৰে, তেন্তে আপুনি <ph name="START_LINK" />সেই ছাইটটোক সাময়িকভাৱে তৃতীয় পক্ষৰ কুকিৰ এক্সেছ প্ৰদান কৰি চাব পাৰে<ph name="END_LINK" />।</translation>
<translation id="3046081401397887494">আপুনি দেখা পোৱা কোনো বিজ্ঞাপন ব্যক্তিগতকৰণ কৰা হয়নে নহয় সেয়া বহুতো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে, য’ত এইটো ছেটিং, <ph name="BEGIN_LINK1" />ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপন<ph name="LINK_END1" />, আপোনাৰ <ph name="BEGIN_LINK2" />কুকিৰ ছেটিংসমূহ<ph name="LINK_END2" /> আৰু আপুনি চাই থকা ছাইটটোৱে বিজ্ঞাপন ব্যক্তিগত কৰেনে নকৰে আদি বিষয় অন্তৰ্ভুক্ত।</translation>
<translation id="3187472288455401631">বিজ্ঞাপনৰ জোখ-মাখ</translation>
<translation id="3425311689852411591">তৃতীয় পক্ষৰ কুকিৰ ওপৰত নিৰ্ভৰশীল ছাইটসমূহে আশা কৰা ধৰণে কাম কৰিব লাগে</translation>
<translation id="3442071090395342573">Chromiumএ ৩০ দিনৰ পাছত আপুনি ছাইটসমূহৰ সৈতে শ্বেয়াৰ কৰা যিকোনো কাৰ্যকলাপৰ ডেটা মচি পেলায়। আপুনি কোনো ছাইট পুনৰ চালে সেয়া সূচীখনত পুনৰ ওলাব পাৰে। <ph name="BEGIN_LINK" />Chromiumত আপোনাৰ বিজ্ঞাপনৰ গোপনীয়তা পৰিচালনা কৰা<ph name="END_LINK" />ৰ বিষয়ে অধিক জানক।</translation>
<translation id="3467081767799433066">বিজ্ঞাপনৰ জোখ-মাখৰ ক্ষেত্ৰত, ছাইটসমূহৰ মাজত সেইবিলাকে দেখুওৱা বিজ্ঞাপনৰ পাৰদৰ্শিতা জোখ-মাখ কৰিবলৈ সীমিত ধৰণৰ ডেটা শ্বেয়াৰ কৰা হয়, যেনে- আপুনি এটা ছাইট চোৱাৰ পাছত ক্ৰয় কৰিছে নে নাই।</translation>
<translation id="3624583033347146597">আপোনাৰ তৃতীয় পক্ষৰ কুকিৰ অগ্ৰাধিকাৰ বাছনি কৰক</translation>
<translation id="364348650177270461">Chromiumএ ডিভাইচ আৰু ব্ৰাউজাৰৰ ডেটা সীমিত কৰিবলৈ চেষ্টা কৰিব, যেনে ইনষ্টল কৰি থোৱা ফণ্ট বা সময় মণ্ডল, এম্বেড কৰাৰ ছাইটসমূহৰ পৰা যিয়ে হয়তো আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আছে</translation>
<translation id="3645682729607284687">আপোনাৰ শেহতীয়া ব্ৰাউজিঙৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি Chromeএ আগ্ৰহ থকা বিষয়বোৰৰ হিচাপ ৰাখে। যেনে, ক্ৰীড়া, পোছাক আৰু অধিকৰ দৰে বস্তু</translation>
<translation id="3665701035629774409">Chromeএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপোনাৰ প্ৰশাসকে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে। <ph name="BEGIN_LINK" />ছেটিঙ<ph name="END_LINK" />ত ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহ পৰিচালনা কৰিব কৰক।</translation>
<translation id="3696118321107706175">ছাইটসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে</translation>
<translation id="3749724428455457489">ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপনৰ বিষয়ে অধিক জানক</translation>
<translation id="3763433740586298940">আপুনি নিবিচৰা ছাইটসমূহ অৱৰোধ কৰিব পাৰে। Chromeএ লগতে ৩০ দিনতকৈ পুৰণি ছাইটসমূহ সূচীখনৰ পৰা স্বয়ংক্ৰিয়ভাৱে মচে।</translation>
<translation id="385051799172605136">উভতি যাওক</translation>
<translation id="388873797593534859">ডিভাইচ আৰু ব্ৰাউজাৰৰ ডেটালৈ এক্সেছ সীমিত কৰক। এই ছেটিংটো অন হৈ আছে।</translation>
<translation id="390681677935721732">Chromeএ ৩০ দিনৰ পাছত আপুনি ছাইটসমূহৰ সৈতে শ্বেয়াৰ কৰা যিকোনো কাৰ্যকলাপৰ ডেটা মচি পেলায়। আপুনি কোনো ছাইট পুনৰ চালে সেয়া সূচীখনত পুনৰ ওলাব পাৰে। <ph name="BEGIN_LINK" />Chromeত আপোনাৰ বিজ্ঞাপনৰ গোপনীয়তা পৰিচালনা কৰা<ph name="END_LINK" />ৰ বিষয়ে অধিক জানক।</translation>
<translation id="3918378745482005425">কিছুমান সুবিধাই কাম নকৰিবও পাৰে। সংশ্লিষ্ট ছাইটসমূহে তথাপি তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="3918927280411834522">ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপন।</translation>
<translation id="3973883340787276788">তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰা হৈছে। ইনক’গনিট’ই এনে সুবিধাসমূহো প্ৰদান কৰে যি সেই কোম্পানীসমূহৰ বাবে উপলব্ধ তথ্য সীমিত কৰিব পাৰে যাৰ সমল আপুনি চোৱা ছাইটত এম্বেড কৰা আছে। আপুনি <ph name="BEGIN_LINK" />ছেটিঙ<ph name="END_LINK" />ত ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহ পৰিচালনা কৰিব পাৰে।</translation>
<translation id="4009365983562022788">Googleৰ বাবে কোম্পানীসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো প্ৰয়োজনীয়। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে আপোনাৰ বিষয়ে আগৰে পৰা জনা অন্য তথ্যৰ সৈতে এই তথ্যখিনি একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। আমাৰ <ph name="BEGIN_LINK1" />গোপনীয়তাৰ নীতি<ph name="LINK_END1" />ত অধিক জানক।</translation>
<translation id="4115793614265434327">Chromiumএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপোনাৰ প্ৰশাসকে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে।</translation>
<translation id="4177501066905053472">বিজ্ঞাপনৰ বিষয়বস্তু</translation>
<translation id="4200539465901914137">Chromeএ ডিভাইচ আৰু ব্ৰাউজাৰৰ ডেটা সীমিত কৰিবলৈ চেষ্টা কৰিব, যেনে ইনষ্টল কৰি থোৱা ফণ্ট বা সময় মণ্ডল, এম্বেড কৰাৰ ছাইটসমূহৰ পৰা যিয়ে হয়তো আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আছে</translation>
<translation id="4278390842282768270">অনুমতি দিয়া হৈছে</translation>
<translation id="4301151630239508244">বিজ্ঞাপনৰ বিষয়বস্তু হৈছে বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈ ছাইটসমূহে ব্যৱহাৰ কৰিব পৰা বহুতো বস্তুৰ মাজৰ এটা। বিজ্ঞাপনৰ বিষয়বস্তু অবিহনেও ছাইটসমূহে আপোনাক তথাপি বিজ্ঞাপন দেখুৱাব পাৰে, কিন্তু সেয়া কম পৰিমাণে ব্যক্তিগতকৰণ কৰা হ’ব পাৰে। <ph name="BEGIN_LINK_1" />আপোনাৰ বিজ্ঞাপনৰ গোপনীয়তা পৰিচালনা কৰা<ph name="END_LINK_1" />ৰ বিষয়ে অধিক জানক।</translation>
<translation id="435360899831421654">ডিভাইচ আৰু ব্ৰাউজাৰৰ ডেটালৈ এক্সেছ সীমিত কৰক। এই ছেটিংটো অফ হৈ আছে।</translation>
<translation id="4370439921477851706">Googleএ কোম্পানীসমূহক সেইসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো বাধ্যতামূলক কৰিছে। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে লগতে ৪ সপ্তাহতকৈ অধিক সময়ৰ বাবে বিজ্ঞাপনৰ বিষয়বস্তু ষ্ট’ৰ কৰিব পাৰে আৰু সেয়া সেইসমূহে আপোনাৰ বিষয়ে ইতিমধ্যে জনা অন্য তথ্যৰ সৈতে একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। আমাৰ <ph name="BEGIN_LINK1" />গোপনীয়তাৰ নীতি<ph name="LINK_END1" />ত অধিক জানক।</translation>
<translation id="4412992751769744546">তৃতীয় পক্ষৰ কুকিৰ অনুমতি দিয়ক</translation>
<translation id="4448728649751001728">ছাইন ইন কৰা Chrome বিণ্ড’ৰ পৰা ইনক’গনিট’ খুলিলেহে উপলব্ধ হয়</translation>
<translation id="4456330419644848501">আপুনি দেখা পোৱা কোনো বিজ্ঞাপন ব্যক্তিগতকৰণ কৰা হয়নে নহয় সেয়া বহুতো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে, য’ত এইটো ছেটিং, <ph name="BEGIN_LINK_1" />ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপন<ph name="END_LINK_1" />, আপোনাৰ <ph name="BEGIN_LINK_2" />কুকিৰ ছেটিংসমূহ<ph name="END_LINK_2" /> আৰু আপুনি চাই থকা ছাইটটোৱে বিজ্ঞাপন ব্যক্তিগত কৰেনে নকৰে আদি বিষয় অন্তৰ্ভুক্ত।</translation>
<translation id="4501357987281382712">আমাৰ <ph name="BEGIN_LINK" />গোপনীয়তাৰ নীতি<ph name="END_LINK" />ত Googleএ আপোনাৰ ডেটা কেনেকৈ সুৰক্ষিত কৰে সেই বিষয়ে অধিক জানক।</translation>
<translation id="4502954140581098658">আপুনি দেখা পোৱা কোনো বিজ্ঞাপন ব্যক্তিগতকৰণ কৰা হয়নে নহয় সেয়া বহুতো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে, য’ত এইটো ছেটিং, <ph name="BEGIN_LINK_1" />বিজ্ঞাপনৰ বিষয়বস্তু<ph name="END_LINK_1" />, আপোনাৰ <ph name="BEGIN_LINK_2" />কুকিৰ ছেটিংসমূহ<ph name="END_LINK_2" /> আৰু আপুনি চাই থকা ছাইটটোৱে বিজ্ঞাপন ব্যক্তিগত কৰেনে নকৰে আদি বিষয় অন্তৰ্ভুক্ত।</translation>
<translation id="453692855554576066">আপুনি Chromiumৰ ছেটিঙত আপোনাৰ বিজ্ঞাপনৰ বিষয়বস্তুসমূহ চাব পাৰে আৰু আপুনি ছাইটসমূহৰ সৈতে শ্বেয়াৰ কৰিব নিবিচৰা বিষয়বস্তুসমূহ অৱৰোধ কৰিব পাৰে</translation>
<translation id="4616029578858572059">আপোনাৰ শেহতীয়া ব্ৰাউজিঙৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি Chromiumএ আগ্ৰহ থকা বিষয়বস্তুসমূহৰ হিচাপ ৰাখে। যেনে, ক্ৰীড়া, পোছাক আৰু অধিকৰ দৰে বস্তু</translation>
<translation id="4687718960473379118">ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপনসমূহ</translation>
<translation id="4692439979815346597">আপুনি Chromeৰ ছেটিঙত আপোনাৰ বিজ্ঞাপনৰ বিষয়বস্তুসমূহ চাব পাৰে আৰু আপুনি ছাইটসমূহৰ সৈতে শ্বেয়াৰ কৰিব নিবিচৰা বিষয়বস্তুসমূহ অৱৰোধ কৰিব পাৰে</translation>
<translation id="4711259472133554310">আপুনি নিৰ্দিষ্ট ছাইটসমূহক সদায় তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰাৰ অনুমতি দিবলৈ ছেটিঙত ব্যতিক্ৰম কৰিব পাৰে</translation>
<translation id="4773759246613295463">আপুনি ইনক’গনিট’ত ব্ৰাউজ কৰোঁতে, Chromiumএ আপোনাৰ ব্ৰাউজিঙৰ ইতিহাস, কুকি আৰু ছাইটৰ ডেটা আৰু আপুনি ফৰ্মত দিয়া তথ্য ছেভ নকৰিব। ইনক’গনিট’ই এনে সুবিধাসমূহো প্ৰদান কৰে, যি সেই এম্বেড কৰা ছাইটসমূহৰ বাবে উপলব্ধ তথ্য সীমিত কৰিব পাৰে।</translation>
<translation id="4835013575597383365">ট্ৰেকিঙৰ সুৰক্ষা</translation>
<translation id="4864452159627050077">আপোনাৰ বিষয়ে জানিবলৈ পৰিচালনা কৰা তথ্যৰ ছাইটসমূহো ব্যৱহাৰ কৰিব পাৰি</translation>
<translation id="4894490899128180322">যদি কোনো ছাইটে আশা কৰা ধৰণে কাম নকৰে, তেন্তে আপুনি চোৱা কোনো নিৰ্দিষ্ট ছাইটৰ বাবে সাময়িকভাৱে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি প্ৰদান কৰি চাব পাৰে</translation>
<translation id="4995684599009077956">Googleএ কোম্পানীসমূহক সেইসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো বাধ্যতামূলক কৰিছে। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে লগতে ৪ সপ্তাহতকৈ অধিক সময়ৰ বাবে বিজ্ঞাপনৰ বিষয়বস্তু ষ্ট’ৰ কৰিব পাৰে আৰু সেয়া সেইসমূহে আপোনাৰ বিষয়ে ইতিমধ্যে জনা অন্য তথ্যৰ সৈতে একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। <ph name="BEGIN_LINK" />আমাৰ গোপনীয়তাৰ নীতিত অধিক জানক<ph name="END_LINK" />।</translation>
<translation id="5023078137728844766">Chromiumএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপোনাৰ প্ৰশাসকে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে।</translation>
<translation id="5055880590417889642">আপোনাৰ কাৰ্যকলাপ হৈছে কোনো ছাইটে বিজ্ঞাপনৰ পৰামৰ্শ দিবলৈ ব্যৱহাৰ কৰিব পৰা বহুতো বস্তুৰ ভিতৰত এটা। ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপন অফ কৰা হ’লে, ছাইটসমূহে তথাপি আপোনাক বিজ্ঞাপনসমূহ দেখুৱাব পাৰে, কিন্তু সেয়া কম ব্যক্তিগতকৃত হ’ব পাৰে। এই বিষয়ে অধিক জানক</translation>
<translation id="5110547311636263835">Chromeএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপুনি এই ছাইটটোৰ বাবে এটা ব্যতিক্ৰম কৰিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে। <ph name="BEGIN_LINK" />ছেটিঙ<ph name="END_LINK" />ত ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহ পৰিচালনা কৰিব কৰক।</translation>
<translation id="5117284457376555514">ছাইটসমূহে সমল আৰু বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ আৰু আপুনি অন্য ছাইটসমূহত কৰা কাৰ্যসমূহৰ বিষয়ে জানিবলৈ তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰিব নোৱাৰে, যদিহে আপুনি সংশ্লিষ্ট ছাইটসমূহক সেইসমূহ এক্সেছ কৰিবলৈ অনুমতি নিদিয়ে। কিছুমান ছাইটৰ সুবিধাই আশা কৰা ধৰণে কাম নকৰিবও পাৰে।</translation>
<translation id="5165490319523240316">ছাইট আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰে আপোনাৰ কাৰ্যকলাপ, যেনে আপুনি চোৱা ছাইটসমূহত কেনেকৈ সময় কটায়, অন্য ছাইটসমূহত বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি নিশাৰ আহাৰৰ বাবে পাকবিধি বিচাৰিবলৈ কোনো ছাইট চায়, ছাইটটোৱে ৰন্ধনৰ প্ৰতি আপোনাৰ আগ্ৰহ আছে বুলি সিদ্ধান্ত ল’ব পাৰে। পাছত, আন এটা ছাইটে আপোনাক প্ৰথম ছাইটোৱে পৰামৰ্শ দিয়া গেলামাল সামগ্ৰীৰ ডেলিভাৰী সেৱাৰ সৈতে জড়িত কোনো বিজ্ঞাপন দেখুৱাব পাৰে।</translation>
<translation id="5188610687455399162">Chromiumএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপুনি এই ছাইটটোৰ বাবে এটা ব্যতিক্ৰম কৰিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে। <ph name="BEGIN_LINK" />ছেটিঙ<ph name="END_LINK" />ত ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহ পৰিচালনা কৰিব কৰক।</translation>
<translation id="5362892126200493757">আপুনি এই ছাইটটোত ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা কিয় পজ কৰিছে আমাক জনাওক</translation>
<translation id="544199055391706031">আপোনাৰ কাৰ্যকলাপ হৈছে কোনো ছাইটে বিজ্ঞাপনৰ পৰামৰ্শ দিবলৈ ব্যৱহাৰ কৰিব পৰা বহুতো বস্তুৰ ভিতৰত এটা। ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপন অফ কৰা হ’লে, ছাইটসমূহে তথাপি আপোনাক বিজ্ঞাপনসমূহ দেখুৱাব পাৰে, কিন্তু সেয়া কম ব্যক্তিগতকৃত হ’ব পাৰে। <ph name="BEGIN_LINK" />ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপন<ph name="END_LINK" />ৰ বিষয়ে অধিক জানক।</translation>
<translation id="5574580428711706114">Googleৰ বাবে কোম্পানীসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো প্ৰয়োজনীয়। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। <ph name="BEGIN_LINK1" />আমাৰ গোপনীয়তাৰ নীতিত অধিক জানক<ph name="LINK_END1" />।</translation>
<translation id="565589626121534692">ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা পজ কৰক</translation>
<translation id="5677928146339483299">অৱৰোধ কৰা হৈছে</translation>
<translation id="5759648952769618186">বিষয়বস্তুবোৰ আপোনাৰ শেহতীয়া ব্ৰাউজিঙৰ ইতিহাসৰ ওপৰত আধাৰিত আৰু সেইসমূহে আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱাবলৈ ছাইট আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰে আপোনাৰ বিষয়ে কি জানিব পাৰে সেয়া সীমিত কৰাত সহায় কৰে</translation>
<translation id="5767485620278818297">Chromiumএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু এটা এক্সটেনশ্বনে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে।</translation>
<translation id="5812448946879247580"><ph name="BEGIN_BOLD" />ছাইটসমূহে কিদৰে এই ডেটা ব্যৱহাৰ কৰে?<ph name="END_BOLD" /> আপুনি চোৱা ছাইটসমূহে নিজৰ বিজ্ঞাপনৰ পাৰদৰ্শিতা জোখ-মাখ কৰাত সহায় কৰা তথ্য Chromeৰ পৰা বিচাৰিব পাৰে। ছাইটসমূহে ইটোৱে সিটোৰ সৈতে শ্বেয়াৰ কৰিব পৰা তথ্য সীমিত কৰি Chromeএ আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰে।</translation>
<translation id="5841014997407214978">এই ছাইটটোত ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা পজ কৰিবলৈ চেষ্টা কৰক, যিয়ে ছাইটৰ সুবিধাসমূহক আশা কৰা ধৰণে কাম কৰাত সহায় কৰিব পাৰে।</translation>
<translation id="5915946252696843290">গোপনীয়তা আৰু ছাইটৰ ডেটা</translation>
<translation id="6053735090575989697">আমাৰ গোপনীয়তাৰ নীতিত Googleএ আপোনাৰ ডেটা কেনেকৈ সুৰক্ষিত কৰে সেই বিষয়ে অধিক জানক।</translation>
<translation id="6195163219142236913">তৃতীয় পক্ষৰ কুকি সীমিত কৰা হৈছে</translation>
<translation id="6196640612572343990">তৃতীয়-পক্ষৰ কুকিসমূহ অৱৰোধ কৰক</translation>
<translation id="6205593033237791753">আপোনাৰ আইপি ঠিকনালৈ এক্সেছ সীমিত কৰক। এই ছেটিংটো অন হৈ আছে।</translation>
<translation id="6272892028045906139">ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহৰ বাবে ছেটিং</translation>
<translation id="6282129116202535093">ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপনসমূহে ছাইটসমূহক আপোনাক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ দিয়াৰ সময়ত আপোনাৰ ব্ৰাউজিঙৰ ইতিহাস আৰু পৰিচয় সুৰক্ষিত কৰাত সহায় কৰে। আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ ভিত্তি কৰি, আপুনি ব্ৰাউজ কৰি থকাৰ সময়ত অন্য ছাইটসমূহে প্ৰাসংগিক বিজ্ঞাপনৰ পৰামৰ্শ দিব পাৰে। আপুনি এই ছাইটসমূহৰ সূচী চাব পাৰে আৰু আপুনি নিবিচৰাসমূহ ছেটিঙত অৱৰোধ কৰিব পাৰে।</translation>
<translation id="6291177244430967858">ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা পুনৰ আৰম্ভ কৰা হৈছে</translation>
<translation id="6308169245546905162">আপুনি অন্য ছাইটসমূহত কৰা কাৰ্যসমূহৰ বিষয়ে জানিবলৈ ছাইটসমূহে তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="6388287739339671750">ট্ৰেকিঙৰ লিপি অৱৰোধ কৰক</translation>
<translation id="6398358690696005758">আমাৰ <ph name="BEGIN_LINK1" /> গোপনীয়তাৰ নীতি<ph name="LINK_END1" />ত Googleএ আপোনাৰ ডেটা কেনেকৈ সুৰক্ষিত কৰে সেই বিষয়ে অধিক জানক।</translation>
<translation id="6702015235374976491">বিজ্ঞাপনৰ বিষয়সমূহে ৱেবছাইটসমূহক আপোনাৰ ব্ৰাউজিঙৰ ইতিহাস আৰু পৰিচয় সুৰক্ষিত কৰি আপোনাক প্ৰাসংগিক বিজ্ঞাপন দেখুওৱাত সহায় কৰে। আপোনাৰ শেহতীয়া ব্ৰাউজিঙৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি Chromeএ আগ্ৰহ থকা বিষয়বোৰৰ হিচাপ ৰাখিব পাৰে। পাছত, আপুনি চোৱা কোনো ছাইটে আপুনি দেখা বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ Chromeক প্ৰাসংগিক বিষয়সমূহৰ বিষয়ে সুধিব পাৰে।</translation>
<translation id="6710025070089118043">ছাইটসমূহে সমল আৰু বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ আৰু আপুনি অন্য ছাইটসমূহত কৰা কাৰ্যসমূহৰ বিষয়ে জানিবলৈ তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰিব নোৱাৰে, যদিহে আপুনি সংশ্লিষ্ট ছাইটসমূহক সেইসমূহৰ এক্সেছ প্ৰদান নকৰে</translation>
<translation id="6737378617247709185">Chromiumএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপোনাৰ প্ৰশাসকে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে। <ph name="BEGIN_LINK" />ছেটিঙ<ph name="END_LINK" />ত ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহ পৰিচালনা কৰিব কৰক।</translation>
<translation id="6774168155917940386">Googleৰ বাবে কোম্পানীসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো প্ৰয়োজনীয়। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে আপোনাৰ বিষয়ে আগৰে পৰা জনা অন্য তথ্যৰ সৈতে এই তথ্যখিনি একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। আমাৰ <ph name="BEGIN_LINK" />গোপনীয়তাৰ নীতি<ph name="END_LINK" />ত অধিক জানক।</translation>
<translation id="6789193059040353742">আপুনি দেখা পোৱা কোনো বিজ্ঞাপন ব্যক্তিগতকৰণ কৰা হয়নে নহয় সেয়া বহুতো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে, য’ত এইটো ছেটিং, <ph name="BEGIN_LINK1" />বিজ্ঞাপনৰ বিষয়বস্তু<ph name="LINK_END1" />, আপোনাৰ <ph name="BEGIN_LINK2" />কুকিৰ ছেটিংসমূহ<ph name="LINK_END2" /> আৰু আপুনি চাই থকা ছাইটটোৱে বিজ্ঞাপন ব্যক্তিগত কৰেনে নকৰে আদি বিষয় অন্তৰ্ভুক্ত।</translation>
<translation id="6904948821498934430">Chromiumএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপুনি এই ছাইটটোৰ বাবে এটা ব্যতিক্ৰম কৰিছে।</translation>
<translation id="6968337645683500044">ছাইন ইন কৰা Chromium টেবৰ পৰা ইনক’গনিট’ খুলিলেহে উপলব্ধ হয়</translation>
<translation id="6984151429741932257">আপোনাৰ আইপি ঠিকনালৈ এক্সেছ সীমিত কৰক</translation>
<translation id="7084100010522077571">বিজ্ঞাপনৰ জোখ-মাখৰ বিষয়ে অধিক</translation>
<translation id="721207178659484186">Googleৰ গোপনীয়তা সম্পৰ্কীয় ছাৰ্ভাৰে আপোনাৰ আইপি ঠিকনাটো সুৰক্ষিত কৰোঁতে আপোনাৰ আইপি ঠিকনা চাব পাৰে কিন্তু আপুনি ব্ৰাউজ কৰি ক’ত গৈছে সেয়া চাব নোৱাৰে</translation>
<translation id="731039612501012263">তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰা হৈছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে। <ph name="BEGIN_LINK" />ছেটিঙ<ph name="END_LINK" />ত ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষাসমূহ পৰিচালনা কৰিব কৰক।</translation>
<translation id="7315780377187123731">তৃতীয়-পক্ষৰ কুকিসমূহ অৱৰোধ কৰাৰ বিকল্পটোৰ বিষয়ে অধিক তথ্য</translation>
<translation id="737025278945207416">কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে ৪ সপ্তাহতকৈ অধিক সময়ৰ বাবে বিজ্ঞাপনৰ বিষয়বস্তুসমূহ ষ্ট’ৰ কৰিবও পাৰে আৰু সেয়া সেইসমূহে আপোনাৰ বিষয়ে ইতিমধ্যে জনা অন্য তথ্যৰ সৈতে একত্ৰিত কৰিব পাৰে</translation>
<translation id="7374493521304367420">ছাইটসমূহে তথাপি নিজৰ ছাইটত ব্ৰাউজিঙৰ কাৰ্যকলাপ চাবলৈ কুকিসমূহ ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="7379649202155190245">ইনক’গনিট’ত ট্ৰেকিঙৰ সুৰক্ষাসমূহ</translation>
<translation id="7419391859099619574">Googleএ কোম্পানীসমূহক সেইসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো বাধ্যতামূলক কৰিছে। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে লগতে ৪ সপ্তাহতকৈ অধিক সময়ৰ বাবে বিজ্ঞাপনৰ বিষয়বস্তু ষ্ট’ৰ কৰিব পাৰে আৰু সেয়া সেইসমূহে আপোনাৰ বিষয়ে ইতিমধ্যে জনা অন্য তথ্যৰ সৈতে একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। <ph name="BEGIN_LINK1" />আমাৰ গোপনীয়তাৰ নীতিত অধিক জানক<ph name="LINK_END1" /></translation>
<translation id="7442413018273927857">Chromeএ ৩০ দিনৰ পাছত আপুনি ছাইটসমূহৰ সৈতে শ্বেয়াৰ কৰা যিকোনো কাৰ্যকলাপৰ ডেটা মচি পেলায়। আপুনি কোনো ছাইট পুনৰ চালে সেয়া সূচীখনত পুনৰ ওলাব পাৰে। <ph name="BEGIN_LINK1" />Chromeত আপোনাৰ বিজ্ঞাপনৰ গোপনীয়তা পৰিচালনা কৰা<ph name="LINK_END1" />ৰ বিষয়ে অধিক জানক।</translation>
<translation id="7446815120569226585">Chromeএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপোনাৰ প্ৰশাসকে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে।</translation>
<translation id="74479430756188350">Chromeএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু এটা এক্সটেনশ্বনে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে।</translation>
<translation id="7453144832830554937">তৃতীয় পক্ষৰ কুকিৰ ওপৰত নিৰ্ভৰশীল ছাইটৰ সুবিধাসমূহে আশা কৰা ধৰণে কাম নকৰিবও পাৰে</translation>
<translation id="7475768947023614021">আপোনাৰ বিজ্ঞাপনৰ বিষয়বস্তুৰ ছেটিং পৰ্যালোচনা কৰক</translation>
<translation id="7538480403395139206">তৃতীয়-পক্ষৰ কুকিসমূহৰ অনুমতি দিয়ক বিকল্পটোৰ বিষয়ে অধিক তথ্য</translation>
<translation id="7552005635894902732">Chromeএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপুনি এই ছাইটটোৰ বাবে এটা ব্যতিক্ৰম কৰিছে। ইনক’গনিট’য়ে অতিৰিক্ত ট্ৰেকিঙৰ সুৰক্ষাও দিব পাৰে।</translation>
<translation id="7564124309155378881">ছাইন ইন কৰা Chromium বিণ্ড’ৰ পৰা ইনক’গনিট’ খুলিলেহে উপলব্ধ হয়</translation>
<translation id="7590906321816761911">ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা পজ কৰা হৈছে</translation>
<translation id="7686086654630106285">ছাইটে পৰামৰ্শ দিয়া বিজ্ঞাপনৰ বিষয়ে অধিক</translation>
<translation id="7747003797915893222">আপুনি ইনক’গনিট’ত ব্ৰাউজ কৰোঁতে, Chromeএ আপোনাৰ ব্ৰাউজিঙৰ ইতিহাস, কুকি আৰু ছাইটৰ ডেটা আৰু আপুনি ফৰ্মত দিয়া তথ্য ছেভ নকৰিব। ইনক’গনিট’ই এনে সুবিধাসমূহো প্ৰদান কৰে, যি সেই এম্বেড কৰা ছাইটসমূহৰ বাবে উপলব্ধ তথ্য সীমিত কৰিব পাৰে।</translation>
<translation id="7766094116932490292">ট্ৰেক কৰাৰ পৰা সুৰক্ষিত কৰাৰ সুবিধা সক্ষম কৰা হৈছে</translation>
<translation id="7789658094395162849">আপোনাৰ আইপি ঠিকনালৈ এক্সেছ সীমিত কৰক। এই ছেটিংটো অফ হৈ আছে।</translation>
<translation id="7947135702324060924">Chromiumএ এম্বেড কৰা ছাইটসমূহৰ পৰা আপোনাৰ আইপি ঠিকনাটো সুৰক্ষিত কৰিব পাৰে, যি আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰি থাকিব পাৰে</translation>
<translation id="795219618398555200">Chromiumএ ছাইটসমূহে ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰাটো অৱৰোধ কৰে</translation>
<translation id="8080808348468200193">Chromeএ ছাইটসমূহে ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰাটো অৱৰোধ কৰে</translation>
<translation id="8086115837395871435">ছাইটটো পুনৰ ল’ড কৰি থকা হৈছে</translation>
<translation id="8096996737013848963">আপোনাৰ আইপি ঠিকনা সুৰক্ষিত কৰক</translation>
<translation id="816233773179678758">Chromiumএ এম্বেড কৰা ছাইটসমূহৰ পৰা আপোনাৰ আইপি ঠিকনাটো সুৰক্ষিত কৰিব পাৰে, যি আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰি থাকিব পাৰে</translation>
<translation id="8180936577740217261">Chromeএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপুনি এই ছাইটটোৰ বাবে এটা ব্যতিক্ৰম কৰিছে।</translation>
<translation id="8200078544056087897">তৃতীয় পক্ষৰ কুকিৰ ওপৰত নিৰ্ভৰশীল ছাইটৰ সুবিধাসমূহে আশা কৰা ধৰণে কাম কৰিব লাগে</translation>
<translation id="8257935463851606210">Chromiumএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু এটা এক্সটেনশ্বনে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে।</translation>
<translation id="8365690958942020052">আপুনি চোৱা কোনো ছাইটে এই তথ্য বিচাৰিব পাৰে — আপোনাৰ বিজ্ঞাপনৰ বিষয়বস্তু অথবা আপুনি চোৱা ছাইটসমূহে পৰামৰ্শ দিয়া বিজ্ঞাপনসমূহ।</translation>
<translation id="839994149685752920">ছাইটসমূহে সমল আৰু বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ তৃতীয় পক্ষৰ কুকিসমূহ ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="8428213095426709021">ছেটিং</translation>
<translation id="8430082659493731737">ছাইন ইন কৰা Chrome টেবৰ পৰা ইনক’গনিট’ খুলিলেহে উপলব্ধ হয়</translation>
<translation id="8442977418416307640">নিয়মীয়া Chromiumৰ ৱিণ্ড’ত খোলে</translation>
<translation id="8578320000709741352">আপুনি চোৱা ছাইটসমূহত অন্য ছাইটৰ পৰা এম্বেড কৰা সমল আৰু সেৱা (যেনে, প্ৰতিচ্ছবি, বিজ্ঞাপন আৰু পাঠ) থাকিব পাৰে, যিসমূহ আপোনাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰিব পৰা যায়। <ph name="START_LINK" />ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষা<ph name="END_LINK" /> পৰিচালনা কৰাৰ বিষয়ে অধিক জানক</translation>
<translation id="859369389161884405">এটা নতুন টেবত গোপনীয়তাৰ নীতি খোলে</translation>
<translation id="877699835489047794"><ph name="BEGIN_BOLD" />আপুনি এই ডেটাখিনি কেনেকৈ পৰিচালনা কৰিব পাৰে?<ph name="END_BOLD" /> Chromeএ ৪ সপ্তাহতকৈ পুৰণি হোৱা বিষয়বস্তুসমূহ স্বয়ংক্ৰিয়ভাৱে মচে। আপুনি ব্ৰাউজ কৰি থাকোঁতে, সূচীখনত কোনো বিষয়বস্তু পুনৰ প্ৰদৰ্শিত হ’ব পাৰে। আপুনি Chromeক ছাইটসমূহৰ সৈতে শ্বেয়াৰ কৰিবলৈ দিবলৈ নিবিচৰা বিষয়বস্তু অৱৰোধো কৰিব পাৰে আৰু Chromeৰ ছেটিঙত যিকোনো সময়তে বিজ্ঞাপনৰ বিষয়বস্তুৰ সুবিধাটো অফ কৰিব পাৰে।</translation>
<translation id="8803526663383843427">অন কৰা থাকিলে</translation>
<translation id="8825639607990802302">গোপনীয়তা আৰু ছাইটৰ ডেটাৰ বাবে বিকল্পসমূহ</translation>
<translation id="8908886019881851657"><ph name="BEGIN_BOLD" />ছাইটসমূহে কিদৰে এই ডেটা ব্যৱহাৰ কৰে?<ph name="END_BOLD" /> অন্য ছাইটসমূহত বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ ছাইট আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰে আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি নিশাৰ আহাৰৰ বাবে পাকবিধি বিচাৰিবলৈ কোনো ছাইট চায়, ছাইটটোৱে ৰন্ধনৰ প্ৰতি আপোনাৰ আগ্ৰহ আছে বুলি সিদ্ধান্ত ল’ব পাৰে। পাছত, আন এটা ছাইটে আপোনাক প্ৰথম ছাইটোৱে পৰামৰ্শ দিয়া গেলামাল সামগ্ৰীৰ ডেলিভাৰী সেৱাৰ সৈতে জড়িত কোনো বিজ্ঞাপন দেখুৱাব পাৰে।</translation>
<translation id="8944485226638699751">সীমিত</translation>
<translation id="8948536553485650118">ইনক’গনিট’ ট্ৰেকিঙৰ সুৰক্ষা</translation>
<translation id="8984005569201994395">Googleৰ বাবে কোম্পানীসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো প্ৰয়োজনীয়। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে আপোনাৰ বিষয়ে আগৰে পৰা জনা অন্য তথ্যৰ সৈতে এই তথ্যখিনি একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। <ph name="BEGIN_LINK" />আমাৰ গোপনীয়তাৰ নীতিত অধিক জানক<ph name="END_LINK" /></translation>
<translation id="9039924186462989565">আপুনি ইনক’গনিট’ ম’ডত থাকিলে, Chromiumএ ছাইটসমূহে তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰাটো অৱৰোধ কৰে</translation>
<translation id="9162335340010958530">ছাইটসমূহে সমল আৰু বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ আৰু আপুনি অন্য ছাইটসমূহত কৰা কাৰ্যসমূহৰ বিষয়ে জানিবলৈ তৃতীয় পক্ষৰ কুকি ব্যৱহাৰ কৰিব নোৱাৰে, যদিহে আপুনি সংশ্লিষ্ট ছাইটসমূহক সেইসমূহ এক্সেছ কৰিবলৈ অনুমতি নিদিয়ে</translation>
<translation id="9168357768716791362">Googleএ কোম্পানীসমূহক সেইসমূহে আপোনাক বিভিন্ন ছাইটত ট্ৰেক কৰিবলৈ এই ডেটাখিনি ব্যৱহাৰ নকৰে বুলি ৰাজহুৱাভাৱে জনোৱাটো বাধ্যতামূলক কৰিছে। কিছুমান ছাইটে বিজ্ঞাপনৰ উপৰিও আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে। সেইসমূহে লগতে ৪ সপ্তাহতকৈ অধিক সময়ৰ বাবে বিজ্ঞাপনৰ বিষয়বস্তু ষ্ট’ৰ কৰিব পাৰে আৰু সেয়া সেইসমূহে আপোনাৰ বিষয়ে ইতিমধ্যে জনা অন্য তথ্যৰ সৈতে একত্ৰিত কৰিব পাৰে। কোম্পানীসমূহে আপোনাৰ ডেটা কেনেকৈ ব্যৱহাৰ কৰে সেয়া আপোনাক জনোৱাটো কোম্পানীসমূহৰ দ্বায়িত্ব। আমাৰ <ph name="BEGIN_LINK" />গোপনীয়তাৰ নীতি<ph name="END_LINK" />ত অধিক জানক।</translation>
<translation id="9210228052057672287">Chromeএ ইনক’গনিট’ত তৃতীয় পক্ষৰ কুকিসমূহ অৱৰোধ কৰে, কিন্তু আপোনাৰ প্ৰশাসকে এই ছাইটটোৰ বাবে তৃতীয় পক্ষৰ কুকিসমূহৰ অনুমতি দিছে।</translation>
<translation id="989939163029143304">ৱেবছাইট আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰে আপোনাৰ বাবে সমল ব্যক্তিগতকৰণ কৰিবলৈ বিজ্ঞাপনৰ বিষয়বস্তু ব্যৱহাৰ কৰিব পাৰে। তৃতীয় পক্ষৰ কুকিসমূহৰ তুলনাত, বিজ্ঞাপনৰ বিষয়বস্তুসমূহে কোন ছাইটে আপুনি ব্ৰাউজ কৰোঁতে আপোনাৰ বিষয়ে জানিব পাৰে সেয়া সীমিত কৰাত সহায় কৰে</translation>
</translationbundle>
|