1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="task" id="files-autorun" xml:lang="as">
<info>
<link type="guide" xref="media#music"/>
<link type="guide" xref="files#removable"/>
<revision pkgversion="3.18" date="2015-09-28" status="candidate"/>
<revision version="gnome:42" status="final" date="2022-02-26"/>
<revision version="gnome:46" status="final" date="2024-03-02"/>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email>gnome-doc-list@gnome.org</email>
</credit>
<credit type="editor">
<name>মাইকেল হিল</name>
<email>mdhillca@gmail.com</email>
</credit>
<credit type="editor">
<name>শোভা ত্যাগী</name>
<email>tyagishobha@gmail.com</email>
</credit>
<credit type="editor">
<name>David King</name>
<email>amigadave@amigadave.com</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>CDs আৰু DVDs, কেমেৰা, অডিঅ' প্লেয়াৰ, আৰু অন্য ডিভাইচসমূহ আৰু মাধ্যমৰ বাবে এপ্লিকেচনসমূহ স্বচালিতভাৱে চলাওক।</desc>
</info>
আপুনি এটা এপ্লিকেচনক স্বচালিতভাৱে আৰম্ভ হব দিব পাৰে যেতিয়া আপুনি এটা ডিভাইচ প্লাগ ইন কৰে অথবা এটা ডিস্ক অথবা এটা মিডিয়া কাৰ্ড সুমুৱায়। উদাহৰণস্বৰূপ, আপুনি এটা ডিজিটেল কেমেৰা প্লাগ ইন কৰোতে আপোনাৰ ফটো সংঘটক আৰম্ভ হোৱাটো বিচাৰিব পাৰে। আপুনি ইয়াক বন্ধ কৰিব পাৰে, যাতে আপুনি কিবা প্লাগ ইন কৰোতে একো নহয়।
বিভিন্ন ডিভাইচ প্লাগ ইন কৰোতে কোনবোৰ এপ্লিকেচন আৰম্ভ হব লাগে নিৰ্ধাৰণ কৰিবলৈ:
<steps>
<item>
Open the <gui xref="shell-introduction#activities">Activities</gui> overview and
start typing <gui>Removable Media</gui>.
</item>
<item>
Select <guiseq><gui>Settings</gui><gui>Apps</gui></guiseq> from the
results. This will open the <gui>Apps</gui> panel.
</item>
<item>
Select <gui>Default Apps</gui> to open the panel.
</item>
<item>
In the <gui>Removeable Media</gui> section, switch the
<gui>Automatically Launch Apps</gui> switch to on.
</item>
<item>
আপোনাৰ পছন্দৰ ডিভাইচ অথবা মিডিয়া ধৰণ বাছক, আৰু তাৰ পিছত সেই মিডিয়া ধৰণৰ বাবে এটা এপ্লিকেচন অথবা কাৰ্য্য বাছক। বিভিন্ন ধৰণৰ ডিভাইচ আৰু মিডিয়াৰ এটা বিৱৰণৰ বাবে তলত চাওক।
Instead of starting an application, you can also set it so that the
device will be shown in the file manager, with the <gui>Open folder</gui>
option. When that happens, you will be asked what to do, or nothing will
happen automatically.
</item>
<item>
If you do not see the device or media type that you want to change in
the list (such as Blu-ray discs or E-book readers), click <gui>Other
Media</gui> to see a more detailed list of devices. Select the type of
device or media from the <gui>Type</gui> drop-down and the application or
action from the <gui>Action</gui> drop-down.
</item>
</steps>
<note style="tip">
If you do not want any applications to be opened automatically, whatever
you plug in, switch the <gui>Automatically Launch Apps</gui> switch to off.
</note>
<terms>
<item>
অডিঅ' CDs নিয়ন্ত্ৰণ কৰিবলে আপোনাৰ পছন্দৰ সংগিত এপ্লিকেচন অথবা CD অডিঅ' নিষ্কাষক বাছক। যদি আপুনি অডিঅ' DVDs (DVD-A) ব্যৱহাৰ কৰে, সিহতক কেনেকৈ খোলা হব <gui>অন্য মাধ্যম</gui> ৰ অন্তৰ্গত বাছক। যদি আপুনি ফাইল ব্যৱস্থাপকৰ সৈতে এটা অডিঅ ডিস্ক খোলে, ট্ৰেকবোৰ WAV ফাইল ৰূপে উপস্থিত হব যাক আপুনি যিকোনো অডিঅ' প্লেয়াৰ এপ্লিকেচনত বজাব পাৰিব।
</item>
<item>
ভিডিঅ' DVDs নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ পছন্দৰ ভিডিঅ' এপ্লিকেচন বাছক। Blu-ray, HD DVD, ভিডিঅ' CD (VCD), আৰু চুপাৰ ভিডিঅ' CD (SVCD) ৰ বাবে এটা এপ্লিকেচন সংহতি কৰিবলৈ <gui>অন্য মাধ্যম</gui> বুটাম ব্যৱহাৰ কৰক। যদি DVDs অথবা অন্য ভিডিঅ' ডিস্ক সুমুৱাওতে কাম নকৰে, <link xref="video-dvd"/> চাওক।
</item>
<item>
ৰিক্ত CDs, ৰিক্ত DVDs, ৰিক্ত Blu-ray ডিস্কসমূহ, আৰু ৰিক্ত HD DVDs ৰ বাবে এটা ডিস্ক-লিখা এপ্লিকেচন বাছিবলৈ <gui>অন্য মাধ্যম</gui> বুটাম ব্যৱহাৰ কৰক।
</item>
<item>
আপুনি আপোনাৰ ডিজিটেল কেমেৰা প্লাগ ইন কৰোতে অথবা এটা কেমেৰাৰ পৰা এটা মিডিয়া কাৰ্ড সুমুৱাওতে যেনে এটা CF, SD, MMC, অথবা MS কাৰ্ড, এটা ফটো-ব্যৱস্থাপনা এপ্লিকেচন বাছিবলৈ <gui>ফটোসমূহ</gui> ড্ৰপ-ডাউন ব্যৱহাৰ কৰক। আপুনি ফাইল ব্যৱস্থাপক ব্যৱহাৰ কৰি আপোনাৰ ফটোসমূহ ব্ৰাউছ কৰিব পাৰিব।
Under <gui>Other Media</gui>, you can select an application to open
Kodak picture CDs, such as those you might have made in a store. These are
regular data CDs with JPEG images in a folder called
<file>Pictures</file>.
</item>
<item>
আপোনাৰ পৰ্টেবুল সংগিত প্লেয়াৰত সংগিত লাইব্ৰেৰী ব্যৱস্থাপনা কৰিবলৈ, অথবা ফাইল ব্যৱস্থাপক ব্যৱহাৰ কৰি নিজেই ফাইলসমূহ ব্যৱস্থাপনা কৰিবলৈ এটা এপ্লিকেচন বাছক।
</item>
<item>
আপোনাৰ ই-বুক ৰিডাৰত কিতাপবোৰ ব্যৱস্থাপনা কৰিবলৈ, অথবা ফাইল ব্যৱস্থাপক ব্যৱহাৰ কৰি ফাইলসমূহ নিজেই ব্যৱস্থাপনা কৰিবলৈ <gui>অন্য বুটাম</gui> বুটাম ব্যৱহাৰ কৰক।
</item>
<item>
কিছুমান ডিস্ক আৰু আতৰাব পৰা মাধ্যমে চফ্টৱেৰ অন্তৰ্ভুক্ত কৰে যি মাধ্যম সুমুৱাওতে স্বচালিতভাৱে চলিব লাগে। স্বচলন চফ্টৱেৰৰ সৈতে মাধ্যম সুমুৱাওতে কি কৰা হব নিয়ন্ত্ৰণ কৰিবলৈ <gui>চফ্টৱেৰ</gui> বিকল্প ব্যৱহাৰ কৰক। চফ্টৱেৰ চলোৱাৰ আগত আপোনাক সদায় নিশ্চিতকৰণৰ বাবে সোধা হব।
<note style="warning">
Never run software from media you don’t trust.
</note>
</item>
</terms>
</page>